ক্ৰিয়াক্ৰিয়া বাচক বিশেষ্য

ক্ৰিয়া ধৰীয়া (Assamese) [ Roman: kri.ya dho.ri.ya]
Contributed by: Partha P Sarmah on 2008-05-01
1. (Common Noun-Masculine) somebody (usually a son), who is on fast as a part of the ritual for death of someone in his family. He also performs the funeral rites for the peace of the departed soul. পৰিয়ালৰ কাৰোবাৰ মৃত্যুত মৃতকৰ অশৌচ ব্ৰত খটা আৰু শৰাধ সকাম আদি কৰা লোক,সাধাৰণতে পুতেক৷